Complete Stock Market Course in Assamese

Stock Market ৰ সম্পূৰ্ণ পাঠ্যক্ৰম

 

আৰ্থিক স্বাধীনতাৰ পথত এখোজ!

$19

$25

ABOUT THE INSTRUCTOR

ড° ৰাজীৱ এল. বি. ৰয়ে শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থ কেইখনৰ Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments আৰু The Bhagavad Gita of Option Trading আদিয়ে শ্বেয়াৰ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ "দালাল পথত এভুমুকি" আৰু "জীৱিকাৰ বাবে ডে-ট্ৰেডিং" নামেৰে দুখন অসমীয়া কিতাপো আছে।

ড° ৰয়ৰ দুটা নিজা ইউটিউব চেনেল “Updex” আৰু “Updex Assamese”ৰ যোগেদি হিন্দী আৰু অসমীয়া ভাষাত ট্ৰেডিং কৌশলসমূহ দৰ্শকক সহজলভ্য কৰি তুলিছে। দৰ্শকৰ মাজত দুয়োটা চেনেল সমানেই জনপ্ৰিয়। ড° ৰয়ে ইতিমধ্যে মিউচুয়েল ফাণ্ড বিতৰণ কাৰ্যৰ বাবে NISM (National Institute of Securities Market)ৰ পৰা প্ৰমানপত্ৰ লাভ কৰিছে। তেঁও এজন NISM প্ৰমানিত Equity Research Analystও হয়। এইবোৰ স্বীকৃতিয়ে তেঁওক শ্বেয়াৰ মাৰ্কেটৰ জগতখনৰ এগৰাকী যোগ্য ব্যক্তি হিচাপে প্ৰমান কৰে।

Syllabus

Reviews and Testimonials

The Complete Stock Market Course দুটা পাঠ্যক্ৰমৰ সংমিশ্ৰণ অৰ্থাৎ Share Market Basics for Beginners and Technical Analysis পাঠ্যক্ৰম | পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আপুনি কৰিব পাৰিব -

  • চাহিদা আৰু যোগান বজাৰ গতিশীলতা বুজাৰ লগতে Market Trend (যেনে Uptrend, Down Trend & Sideways ) অনুসৰণ কৰিব পাৰিব ।
  • Trend reversal প্ৰক্ৰিয়া চিনাক্ত কৰিব পাৰিব ।
  • Pro traders ৰ দৰে chart পঢ়িব পাৰিব ।
  • সঠিক stop-loss আৰু target নিৰ্ধাৰণ কৰি সৰ্বাধিক লাভ আৰু লোকচান কম কৰিব পাৰিব ।
  • Trading emotion নিয়ন্ত্ৰণ কৰি এজন যুক্তিসংগত trader হব পাৰিব ।
পাঠ্যক্ৰমৰ ৰূপৰেখা -
Share market basics

What is Share Market?

How does a company get listed?

What are exchanges?

Ways to invest in share market.

Why is it a better choice of investment?

Ways to analyze the market.

Some terminologies

Technical Analysis:

Introduction to the Technical Analysis

Difference Between Fundamental and Technical Analysis

What is Price Action and its tools

Support and Resistance

Types Of Chart

Japanese Candlesticks

Candlestick patterns

Chart patterns

Technical Indicators (eg. Moving average, MACD, RSI, Supertrend etc.)

Fibonacci retracements

Trading Psychology

Key points to take care of

Do's and Dont's

Conclusion