There are no items in your cart
Add More
Add More
Item Details | Price |
---|
আৰ্থিক স্বাধীনতাৰ পথত এখোজ!
ড° ৰাজীৱ এল. বি. ৰয়ে ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থ কেইখনৰ Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments আৰু The Bhagavad Gita of Option Trading আদি শ্বেয়াৰ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ "দালাল পথত এভুমুকি: নবীন সকলৰ বাবে ষ্টক মাৰ্কেটৰ হাতপুথি" নামেৰে এখন অসমীয়া কিতাপো আছে।
ড° ৰয়ৰ দুটা নিজা ইউটিউব চেনেল “Updex” আৰু “Updex Assamese”ৰ যোগেদি হিন্দী আৰু অসমীয়া ভাষাত ট্ৰেডিং কৌশলসমূহ দৰ্শকক সহজলভ্য কৰি তুলিছে। দৰ্শকৰ মাজত দুয়োটা চেনেল সমানেই জনপ্ৰিয়। ড° ৰয়ে ইতিমধ্যে মিউচুয়েল ফাণ্ড বিতৰণ কাৰ্যৰ বাবে NISM (National Institute of Securities Market)ৰ পৰা প্ৰমানপত্ৰ লাভ কৰিছে। তেঁও শ্বেয়াৰ মাৰ্কেটৰ জগতখনৰ এগৰাকী যোগ্য ব্যক্তি হিচাপে এই স্বীকৃতিয়ে প্ৰমান কৰে।
The Complete Stock Market Course দুটা পাঠ্যক্ৰমৰ সংমিশ্ৰণ অৰ্থাৎ Share Market Basics for Beginners and Technical Analysis পাঠ্যক্ৰম | পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আপুনি কৰিব পাৰিব -
পাঠ্যক্ৰমৰ ৰূপৰেখা -
Share market basics
What is Share Market?
How does a company get listed?
What are exchanges?
Ways to invest in share market.
Why is it a better choice of investment?
Ways to analyze the market.
Some terminologies
Technical Analysis:
Introduction to the Technical Analysis
Difference Between Fundamental and Technical Analysis
What is Price Action and its tools
Support and Resistance
Types Of Chart
Japanese Candlesticks
Candlestick patterns
Chart patterns
Technical Indicators (eg. Moving average, MACD, RSI, Supertrend etc.)
Fibonacci retracements
Trading Psychology
Key points to take care of
Do's and Dont's
Conclusion