অসমীয়াত Finance শিকক। আত্মবিশ্বাসেৰে Wealth গঢ়ি তোলক।

Dr. Rajiv LB Roy

Mutual Fund Distributor ARN-144296
Certified RA (NISM Series-XV)
ড° ৰাজীৱ এল. বি. ৰয়ে শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ " দালাল পথত এভুমুকি " আৰু " জীৱিকাৰ বাবে ডে-ট্ৰেডিং" নামেৰে দুখন অসমীয়া কিতাপো আছে। 

লক্ষ্যভিত্তিক বিনিয়োগ

Retirement Planning

Dream Home

Wealth Creation

House # 08, Narikalbari
Zoo Narengi Road, Guwahati - 781024

Rajiv Lochan Bikash Roy (AMFI registered mutual fund distributor) | ARN-144296 | Certified Research Analyst - NISM Series XV       

© Copyright 2023 Rajiv LB