Option Chain Analysis Course in Assamese: নবীনসকলৰ বাবে অপচন ট্ৰেডিং Copy

Option Chain Analysisৰ অসমীয়া পাঠ্যক্ৰম

Option Tradingত সাফল্যৰ মূল মন্ত্ৰ

$19

$25

ABOUT THE INSTRUCTOR

ড° ৰাজীৱ এল. বি. ৰয়ে শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থ কেইখনৰ Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments আৰু The Bhagavad Gita of Option Trading আদিয়ে শ্বেয়াৰ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ "দালাল পথত এভুমুকি" আৰু "জীৱিকাৰ বাবে ডে-ট্ৰেডিং" নামেৰে দুখন অসমীয়া কিতাপো আছে।

ড° ৰয়ৰ দুটা নিজা ইউটিউব চেনেল “Updex” আৰু “Updex Assamese”ৰ যোগেদি হিন্দী আৰু অসমীয়া ভাষাত ট্ৰেডিং কৌশলসমূহ দৰ্শকক সহজলভ্য কৰি তুলিছে। দৰ্শকৰ মাজত দুয়োটা চেনেল সমানেই জনপ্ৰিয়। ড° ৰয়ে ইতিমধ্যে মিউচুয়েল ফাণ্ড বিতৰণ কাৰ্যৰ বাবে NISM (National Institute of Securities Market)ৰ পৰা প্ৰমানপত্ৰ লাভ কৰিছে। তেঁও এজন NISM প্ৰমানিত Equity Research Analystও হয়। এইবোৰ স্বীকৃতিয়ে তেঁওক শ্বেয়াৰ মাৰ্কেটৰ জগতখনৰ এগৰাকী যোগ্য ব্যক্তি হিচাপে প্ৰমান কৰে।

Syllabus

Reviews and Testimonials

Risk Disclosure / Statutory Warning:

I am Rajiv Lochan Bikash Roy, AMFI-registered Mutual Fund Distributor (ARN: 144296)
Mutual fund investments are subject to market risks. Read all scheme related documents carefully.
Stock market investments are subject to market risks. Past performance is not indicative of future returns. There is no guarantee of returns.
Content shared here is for educational purposes only and does not constitute investment advice, recommendation, or solicitation to buy/sell securities.
I do not provide personalized financial advice or financial planning services. Consult a SEBI-registered Investment Adviser for specific recommendations.
Investments in securities are volatile and can result in loss of principal. Please assess your risk appetite and conduct independent research.
Commission received from mutual fund sales may influence recommendations (if any).
For grievances, contact AMFI or SEBI: [sebi.gov.in] or [ amfiindia.com].